.......................................................................
গুৱাহাটী বিশ্বিবিদ্যালয়ৰ আধুনিক ভাৰতীয় ভাষা আৰু সাহিত্য অধ্যয়ন বিভাগৰ পৰা ২০২৪ বৰ্ষত ডক্টৰেট ডিগ্ৰী লাভ৷ ২০১৮ চনৰপৰা অসমীয়া ৱিকিপিডিয়াৰ সৈতে জড়িত৷
.স্নাতক আৰু স্নাতকোত্তৰ ঃ নৰ্থ লখিমপুৰ কলেজ (স্বায়ত্তশাসিত), অসমীয়া বিভাগ
প্ৰকাশিত গ্ৰন্থ
. সাহিত্য সমালোচনা, (সম্পা.) সহযোগী সম্পাদক-অৰবিন্দ ৰাজখোৱা, প্ৰকাশৰ চন-২০১৯
. বৰগোহাঞি চৰ্চা, (সম্পা.) অসমীয়া বিভাগ, নৰ্থ লখিমপুৰ কলেজ, ২০২১
. নৰ্থ লখিমপুৰ কলেজৰ অসমীয়া বিভাগ, (সম্পা.) ২০২১
. ইণ্টাৰনেটত অসমীয়া ভাষা আৰু অন্যান্য প্ৰবন্ধ, পূৰ্বায়ণ প্ৰকাশন, ২০২২
বৃত্তি
. অতিথি অধ্যাপক (অংশকালীন), অসমীয়া বিভাগ, তেজপুৰ বিশ্ববিদ্যালয় (২০২৪ বৰ্ষ)
. সহকাৰী অধ্যাপক (অংশকালীন), অসমীয়া বিভাগ, কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় (২০২৫ বৰ্ষ)
0 Comments