শব্দ
-
September 19, 2020
* ২০০৪ বৰ্ষত মুক্তি লাভ কৰা ‘দীনবন্ধু’ কথাছবিখনে অসমীয়া চলচিত্ৰৰ ইতিহাসত ইতিমধ্যেই এক বিশিষ্ট স্থান লাভ কৰিছে৷ মুনিন বৰুৱাৰ চিত্ৰনাট্য, পৰিচালনা আৰু প্ৰসিদ্ধ গল্পকাৰ ভবেন্দ্ৰ নাথ শইকীয়াৰ কাহিনী, সংলাপ আৰু গীতি সাহিত্যৰ সুষম সমহাৰেৰে এই কথাছবিখনে অসমীয়া চলচিত্ৰক প্ৰদান কৰিছে এক বিশিষ্ট মৰ্যাদা ৷ সমান্তৰালভাৱে চলচিত্ৰৰ কলাত্মকতা, ৰুচিসন্মত বিষয়বস্তুৰ উপস্থাপন, কলা-কৌশল, নান্দনিক ৰুচিবোধ আৰু উচ্ছস্তৰৰ চিনেমাট’গ্ৰাফিৰে পৰিপূৰ্ণ ‘দীনবন্ধু’ কথাছবি হৈছে এখন সবাৰ্ঙ্গসুন্দৰ মননশীল কথাছবি৷ ভবেন্দ্ৰ নাথ শইকীয়াৰ বহুপঠিত ‘যৌতুক’ গল্পৰ আধাৰত আৱাহন থিয়েটাৰ…
Social Plugin