শব্দ
-
September 13, 2020
* প্ৰাকৃতিক সম্পদত অসম ৰাজ্য যথেষ্ট চহকী৷ অসমক নদী মাতৃক ৰাজ্য বুলি কোৱা হয়৷ অসমৰ মাজেৰে অসংখ্য নদ-নদীয়ে গতি কৰি অসমক এক সুকীয়া মাত্ৰা আৰু সৌন্দৰ্য প্ৰদান কৰিছে৷ অসমৰ প্ৰধান নদ ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহৰ লগতে বিভিন্ন জিলাত থকা সৰু-বৰ নদ-নদী, জান-জুৰি, বিল-জলাশয়বোৰে অসমক বছৰৰ প্ৰতিটো সময়তেই চিৰসেউজ কৰি ৰাখিছে৷ বিশ্বৰ ভিতৰত অসমৰে নদ-নদীৰ সংখ্যা সৰ্বাধিক৷ এই নদ-নদীৰ মাত্ৰা তুলনামূলকভাৱে বেছি বাবেই প্ৰাচীন কালৰে পৰা অসমৰ সভ্যতা মূলতঃ নদীকেন্দ্ৰীক আৰু বৃত্তি হিচাপেও কৃষিয়েই এই ৰাজ্যৰ প্ৰধান মাধ্যম ৷ ১৭৯৮ চনত ড॰ জে.পি. ৱেডে অসমৰ নদ-নদী, নদীৰ গ…
Social Plugin