* অসমৰ বাপতিসাহোন বিহুক কেন্দ্ৰ কৰি ৰচিত হোৱা আৰু বিহুৰ সময়ত গোৱা পৰম্পৰাগত গীতবোৰেই বিহুগীত৷ প্ৰধানকৈ বসন্তকালীন ৰঙালী বিহু বা ব’হাগ বিহুক কেন্দ্ৰ কৰিয়েই বিহুগীতবোৰ প্ৰাচীন কালত চহালোকৰ হাতত ৰচিত হৈছিল৷ বিহুগীতৰ প্ৰধান বিশেষত্ব হ’ল– গীতৰ ছন্দ, তাল, লয়ত ঢোল আৰু তাল সংগত হ’বই লাগিব৷ সেইদৰে প্ৰয়োজন সাপেক্ষে পেঁপা, টকা, গগণা, বাঁহী আদিও বিহুগীতৰ সৈতে সংগত কৰা হয়৷ যদিও বিহুগীত আৰু বিহুনাম দুয়োটা সমাৰ্থক শব্দ যেন লাগে; কিন্তু ‘নাম’ শব্দটো থাকিলে সি লোক-সাহিত্যৰ সমল হ’ব আৰু ই সদায় সমজুৱাকৈ গোৱা ধৰণৰ হ’ব লাগিব৷ যেনে– বিয়ানাম, আইনাম, ধাইনাম৷ সেইদৰে ‘গ…
Social Plugin