* একবিংশ শতিকাৰ যুগটো বিজ্ঞান আৰু তথ্য-প্ৰযুক্তিৰ যুগ৷ এই যুগটোত সমাজ সভ্যতাৰ প্ৰতিটো উপকৰণেই বিজ্ঞান আৰু তথ্য-প্ৰযুক্তিৰ সহায়ত নব্য মাধ্যমসমূহৰ জৰিয়তে সংৰক্ষণ আৰু সংবদ্ধৰ্ন হৈ ন-সাজ পিন্ধাৰ প্ৰতিযোগিতাত নামি পৰিছে৷ বিশ্বৰ যিসমূহ ৰাষ্ট্ৰ, ৰাজ্য বা সৰু-বৰ জাতি-জনগোষ্ঠীয়ে এই প্ৰতিযোগিতাৰ গুৰুত্ব আৰু প্ৰাসংগিকতা অন্তঃকৰণেৰে উপলব্ধি কৰিছে আৰু তাৰ সমান্তৰালভাৱে ডিজিটেল মাধ্যমসমূহত নিজৰ অস্তিত্ব প্ৰতিষ্ঠাৰ বাবে সংগ্ৰাম কৰিছে, সেই সমূহ ৰাষ্ট্ৰ, ৰাজ্য আৰু জাতি-জনগোষ্ঠীয়েই সভ্যতাৰ দৌৰত নিজৰ নাম গৌৰৱেৰে জিলিকাই ৰাখিবলৈ সক্ষম হৈছে আৰু অন্য জাতিৰ সমাজ-সংস…
Social Plugin