শব্দ
-
September 19, 2020
* ১ অসম সাহিত্য সভা আছিল অসমীয়াৰ আপোন পৰমা বাহিনীয়ে বুকুতে মাৰিলে ৰাম-টাঙোণ শতবৰ্ষ হ’ল খণ্ড-বিখণ্ড ৰাইজৰ হ’ল স্বপ্ন ভংগ এতিয়া সভাৰ ভিতৰচ’ৰাত আৰম্ভ হৈছে ভাঙোন ২ চৰকাৰ আহিল পৰিৱৰ্তন হ’ল ৰাজ্যৰ শাসন মন্ত্ৰী বিধায়কে ঠায়ে ঠায়ে কৰিলেগৈ ভ্ৰমণ কামে কাজে পিছে একো নাহিল দুখীয়া জনতাৰ টোপনি হৰিল এইবাৰো ৰাইজলৈ আকৌ আহিল মৰণ ৩ বাপতিসাহোন বিহুটিৰ কিযে গতি হ’ল টেলিভিছনৰ টি. আৰ.পি আকাশ চুবলৈ গ’ল কাতি বিহুতো নাছনীয়ে নাচিছে মাঘ বিহুতো ঢোল পেপা বাজিছে বিহুৰ স্বকীয় স্বভাৱ গুছি বজৰুৱা হ’ল ৪ এইবাৰ অসমৰ মুখ্যমন্ত্ৰী হ’ল সৰ্বানন্দ মন্ত্ৰীৰ বাব লৈ সিঁচি দিলে পৰিৱৰ্ত…
Social Plugin