শব্দ
-
September 21, 2020
* এটা শক্তিশালী বক্তৃতা আৰু নতুন প্ৰজন্ম ---[ নৰ্থ লখিমপুৰ কলেজৰ ২০১৬ বৰ্ষৰ নৱাগত আদৰণি সভাত ময়ুৰ বৰাই মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰি দিয়া বক্তৃতাৰ লিখিত ৰূপ৷ লেখাটি সম্পাদিত ৰূপত আগবঢ়োৱা হ’ল৷ © ভাস্কৰ ভূঞা ] --- সাম্প্ৰতিক সময়ত চিন্তাশীল গদ্য ৰচনাৰে অসমীয়া সাহিত্যক সমৃদ্ধ কৰা লিখক সাহিত্যিকসকলৰ ভিতৰত ময়ূৰ বৰা নিসন্দেহে অন্যতম ৷ তেওঁ সাম্প্ৰতিক অসমীয়া প্ৰবন্ধ সাহিত্যৰ হোতা স্বৰূপ৷ ময়ূৰ বৰাৰ এটা শক্তিশালী বৌদ্ধিক পৃষ্ঠভূমি আছে যি তেওঁক এজন লিখক হিচাপে বিশেষভাৱে সমৃদ্ধ কৰি তুলিছে৷ বহুসময়ত বৰাৰ লেখাই বিতৰ্কৰ সূত্ৰপাত কৰিছে যদিও বৌদ্ধিক দ…
Social Plugin