শব্দ
-
September 13, 2020
* ভাবকচোন । উত্তৰ পূৰ্বাঞ্চল বা কেৱল অসমৰ জাতি, জনজাতি, জনগোষ্ঠী নিৰ্বিশেষে সামূহিক ভাষাবোৰক লৈ এটা সংগ্ৰহালয় হৈছে অসমত ! এয়া সম্ভৱনে ! ভাষাক সংগ্ৰহালয়ৰ মজিয়ালৈ আনিব পৰা যাবনে ! অসম সাংস্কৃতিকভাৱে চহকী ৰাজ্য৷ লোকজীৱন আৰু লোকসংস্কৃতিৰ সমান্তৰালভাৱে অসমত আৰু এনে কিছু গুৰুত্বপূৰ্ণ সমল আছে যিসমূহৰ সংগ্ৰহ, সংৰক্ষণ আৰু কলাত্মক উপষ্ঠাপনৰ দ্বাৰা অসমৰ পৰ্যটন উদ্যোগটোক বিশেষভাৱে সমৃদ্ধ তথা জনপ্ৰিয় কৰিব পাৰি৷ অসমৰ পৰ্যটন উদ্যোগটোৰ ক্ষেত্ৰত তেনে ইতিবাচক সম্ভাৱনা থকা গুৰুত্বপূৰ্ণ সমল হ’ল অসমৰ ভাষাসমূহ৷ ভাষা হৈছে মানুহৰ ভাৱ আৰু অনুভূতি প্ৰকাশৰ বলিষ্ঠ মাধ্…
Social Plugin