শব্দ
-
September 08, 2020
* পৰ্যটনৰ ক্ষেত্ৰ প্ৰসাৰৰ দ্বাৰা অসমক নিশ্চিতৰূপত এখন বিনিয়োগৰ অনুকূল ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰিব পাৰি৷ লগতে বছৰৰ সকলো ঋতুতে অসমক পৰ্যটনথলী হিচাপে গঢ় দিব পৰাৰ নিশ্চয় সুবিধা আৰু সুযোগ আছে৷ পৰ্যটনৰ ক্ষেত্ৰ প্ৰসাৰে আৰু পৰ্যটনৰ আধুনিকীকৰণে বিশ্বৰ অন্যান প্ৰান্তৰৰ নতুন নতুন পৰ্যটকক অসমলৈ আগমন ঘটোৱাত অধিক সহায় কৰিব৷ অসমৰ লোক-সংস্কৃতিবোৰক সমল হিচাপে লৈ পৰ্যটন খণ্ডই বিভিন্ন কাম কৰিব পাৰে, যাৰ দ্বাৰা বিনিয়োগকাৰীৰো আগমন ঘটিব আৰু প্ৰতিটো ঋতুতে অসমক পৰ্যটনথলী হিচাপে গঢ়ি তুলিব পৰা যাব৷ জাতি-জনগোষ্ঠীবোৰৰ কৃষ্টি-সংস্কৃতি আৰু জীৱন নিৰ্বাহৰ প্ৰণালীয়েও পৰ্য…
Social Plugin