শব্দ
-
September 04, 2020
আর্মিৰ কথাবােৰ... মূল- Mithilesh Maiqash and Rana Panday কথা কেৱল পইচা ঘটাই মূল কাৰণ নাছিল থকা হ'লেতাে সন্মুখত অনেক পথেই আছিল কিন্তু এইযােৰ যে পােচাক পিন্ধিছোঁ, পােচাকযােৰ টকাৰে কিনা নাযায় পিন্ধিবলৈয়ো সাহস লাগে মৃত্যু জিনাৰ সাহস । পােচাকযােৰৰ উচিত প্রতিদানৰ বাবেই প্ৰতিটো পল সতর্ক হৈ থাকিব লাগে । কিমান যে সুখী হওঁ তেতিয়া দহদিন চুটি পালেই ঘৰলৈ বুলি আহাে, গৈয়েই খুৰীৰ ঘৰ, পেহাৰ ঘৰ, বন্ধুৰ ঘৰ এইফালে, সেইফালে লাগবান্ধ নােহােৱা ভ্রমণ । কেতিয়াও সময় দিব নােৱাৰাে নিজক সময় দিব লাগে আত্মীয়ক, আপােনক মানুহক লগ কৰাৰ আনন্দত কিমান যে আঁতৰি গৈছো ন…
Social Plugin