ব’হাগ বিহুত খোৱা এশ এবিধ শাক-পাচলিৰ ডিজিটেল ৰূপ ৷৷ ‘নৈ বৈ যায়’ উপন্যাসত উল্লেখ থকা এশ এবিধ শাক-পাচলিৰ আলোকচিত্ৰ

* লীলা গগৈৰ 'নৈ বৈ যায়' গ্ৰন্থখনত পোৱা এশ এবিধ শাক-পাচলিৰ ডিজিটেল ৰূপ৷ ২০১৭ চনত নৰ্থ লখিমপুৰ কলেজৰ অসমীয়া বিভাগৰ নেতৃত্বত এই প্ৰচেষ্টাটো হাতত লোৱা হৈছিল৷ সেই সময়ত বিভাগৰ অংশকালীন শিক্ষক চন্দন জ্যোতি চুতীয়া আৰু স্নাতকোত্তৰ শ্ৰেণীৰ ছাত্ৰ ভাস্কৰ ভূঞাৰ লগতে বিশ্বজিৎ দত্ত, বাস্তৱ বৰা আৰু ৰূপম গগৈয়ে প্ৰচেষ্টাটোত আগভাগ লৈছিল৷ 






















































































Post a Comment

0 Comments