* অসমৰ সাম্প্ৰতিক সময়ৰ জটিল ৰাজনৈতিক পৰিস্থিতিত পূৰ্ববংগীয় মূলৰ মুছলমান সম্প্ৰদায়ৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়ালৈ নো অৱদান কি- তেনেকুৱা ধৰণৰ বিষয়ৰ ওপৰত আলোচনা কৰিবলৈ গ’লেই কোনে কোন ফালৰ পৰা গতা মাৰি দিয়ে তাৰ কোনো ভৰসা নাই। অসমীয়াৰ অভিমান-স্বাভিমানৰ কথা কওঁতে আমি সেয়েহে এই বিষয়ৰ পৰা নিৰাপদ দূৰত্বত থাকিব বিচাৰোঁ । কিন্ত এই সম্প্ৰদায়টোক বাদ দি বিংশ শতিকা-একবিংশ শতিকাৰ অসমৰ ৰাজনীতি আৰু অসমীয়া জাতি গঠন প্ৰক্ৰিয়াৰ আলোচনা সম্ভৱ নে? ৰাজনৈতিকভাৱে অনুকুল নহয় বাবেই আমি এই বিষয়ৰ আলোচনাৰ পৰা আঁতৰি থাকিম নে? অসমীয়া জাতিক হাড়ে-হিমজুৱে ভালপোৱা আৰু জাতিৰ স্বাৰ্থত…
Social Plugin