* (ফটোখন প্ৰতীকাত্মক৷ এ.আই.ৰ সহায়ত প্ৰস্তুত কৰা হৈছে৷) ঢলা-তিনিচুকীয়া লাইনত চন্দুৱাই চাৰিশ সাত চলায়, সিয়ে কোনোবা এপাকত ৰামৰতনক কাণে কাণে খবৰটো দি গ'ল, চাপাখোৱা আৰু দেওপানী, দুই ঠাই মিলি ত্রিছ-পঁয়ত্রিছটা, চব লাচ ডিফু আৰু দেওপানী নদীৰ পানীত! দাংগা লাগিলে বা উগ্রপন্থীয়ে মানুহ মাৰিলে বনজুইৰ দৰে খবৰ বিয়পি পৰে, সঁচা-মিছা মিহলি খবৰ; সেয়ে বিশ্বাসী মানুহ পাই সি নিশ্চিত হ'ব বিচাৰিলে, 'হিন্দুনে? সর হিন্দুনে?' বন্দুক-বাৰুদৰ আগত আৰু কি হিন্দু-মুছলমান? চয়-নিশ্চয় ভাঙিবলৈ চন্দুৱা ৰৈ থকা নাই; তাৰ গাড়ী গুদাম বাগানত ল'ডিং হৈ আছে। তিনিচুকীয়া-ঢ…
Social Plugin