* ইংৰাজী ‘মিথ’ (myth) শব্দৰ উৎস গ্ৰীক ধাতু mu বা muth; ইয়াৰ অৰ্থ মুখৰ কথা৷ এই mu ধাতুৰ পৰাই উৎপত্তি হৈছে ‘muthos’ যি প্ৰধানত ব্যবহৃত হৈছিল গল্প, কাহিনী, ইত্যাদি বুজাবৰ বাবে৷ এই শব্দৰ পৰাই আমাৰ আলোচ্য ‘মিথ’ শব্দৰ উৎপত্তি হৈছে৷ মিথৰ লগত ‘মিথোলজি (Mythology) শব্দও আমাৰ বাবে অত্যন্ত পৰিচিত শব্দ৷ মিথ সম্পৰ্কিত পঠনপাঠন বুজাবলৈ টাৰ্মিনোলজিটো সাধাৰণতে ব্যৱহৃত হৈ থাকে৷ উইলিয়াম ব্যাসকমে তেওঁৰ ‘The form ot folk lore’ গ্ৰন্থত মিথৰ সংজ্ঞা দিবলৈ গৈ কৈছে– Myths are prose narration which, in the society in which they are told, are considered to be truthful a…
Social Plugin