মই অলংকৰণ / অংগসজ্জা কৰা গ্ৰন্থ, আলোচনী, স্মৰণিকা, পত্ৰিকা আদিৰ সবিশেষ।

* বিগত সময়ছোৱাত বিভিন্ন আলোচনী, গ্ৰন্থ, স্মৰণিকা, পত্ৰিকা আদি সম্পাদনা কৰাৰ লগতে ডিটিপি, অংগসজ্জা, আৰ্হিপাঠৰ কামত নিয়োজিত হৈ আছোঁ৷ এই গ্ৰন্থ, আলোচনীখিনিৰ আৰ্হি ইচ্ছুকসকলে অনলাইন মাধ্যমত চাব পাৰিব৷ 

নৰ্থ লখিমপুৰ কলেজৰ অসমীয়া বিভাগৰ আলোচনীখনৰ  ২০২১-২২ (সপ্তদশ) 
সংখ্যাটো পঢ়িবলৈ ক্লিক কৰক

লখিমপুৰ জিলা ভাওনা সমাৰোহ-২০২৩ৰ উদীয়মান শীৰ্ষক 
আলোচনীখন সম্পূৰ্ণকৈ পঢ়িবলৈ ক্লিক কৰক

অসম সাহিত্য সন্মিলনীৰ  ২০২৩ বৰ্ষৰ বাৰ্ষিক পত্ৰিকা
‘প্ৰাগজ্যোতিকা’ চাবলৈ ক্লিক কৰক

দমদমা মহাবিদ্যালয় অধ্যয়ন মঞ্চৰ অনলাইন সাহিত্য পত্ৰিকা
অনুশীলন’ৰ প্ৰথম সংখ্যাটো চাবলৈ ক্লিক কৰক
অনুশীলন’ৰ দ্বিতীয় সংখ্যাটো চাবলৈ ক্লিক কৰক
অনুশীলন’তৃতীয় সংখ্যাটো চাবলৈ ক্লিক কৰক
অনুশীলন’ৰ চতুৰ্থ সংখ্যাটো চাবলৈ ক্লিক কৰক 

ভি. ভেঙ্কট ৰাও গৱেষক আবাসৰ
 ‘স্মৰণিকা’খন চাবলৈ ক্লিক কৰক

অসম সাহিত্য সন্মিলনীৰ  ২০২২ বৰ্ষৰ বাৰ্ষিক পত্ৰিকা
‘প্ৰাগজ্যোতিকা’ চাবলৈ ক্লিক কৰক

গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ 
গৱেষণা পত্ৰিকা ‘সাধনা’ পঢ়িবলৈ ক্লিক কৰক

ভাস্কৰ ভূঞাৰ প্ৰথম গ্ৰন্থ ‘ইণ্টাৰেনটত অসমীয়া ভাষা 
আৰু অন্যান্য প্ৰবন্ধ’ গ্ৰন্থখনৰ আৰ্হি চাবলৈ ক্লিক কৰক

‘অসমীয়া সাহিত্য সন্মিলনী’ আৰু ‘ৰঙাপাৰা কলেজ’
 যৌথ উদ্যাগত আয়োজিত ৰাষ্ট্ৰীয় গৱেষণা পত্ৰৰ 
আৰ্হি চাবলৈ ক্লিক কৰক

নীলাক্ষি ডেকা আৰু ৰিচা গগৈৰ দ্বাৰা সম্পাদিত 
অধ্যয়নম’ গ্ৰন্থ’ৰ আৰ্হি চাবলৈ ক্লিক কৰক

নিৰণ কুমাৰ বৰা আৰু বিষ্ণু কুমাৰ বৰা সম্পাদিত 
শিক্ষাবিদ কৃষ্ণ কান্ত বৰাৰ অভিনন্দন গ্ৰন্থ’ৰ 
আৰ্হি চাবলৈ ক্লিক কৰক

ভাস্কৰ ভূঞাৰ দ্বাৰা সম্পাদিত ‘বৰগোহাঞি চৰ্চা
 গ্ৰন্থৰ আৰ্হি চাবলৈ ক্লিক কৰক

প্ৰৱাল শইকীয়াৰ ‘সমাজ সাহিত্য বিজ্ঞান’ গ্ৰন্থৰ আৰ্হি চাবলৈ ক্লিক কৰক

গীতাশ্ৰী কলিতা আৰু মৃদুল দলে সম্পাদিত ‘ভাৰতীয়ম’ গ্ৰন্থৰ আৰ্হি চাবলৈ ক্লিক কৰক









Post a Comment

0 Comments