প্ৰাচীন লিপিসমূহ ৷ অসমৰ লিপি৷

  • প্ৰথম শিলালিপি- সুৰেন্দ্ৰ বৰ্মনৰ উমাচল শিলালিপি৷ সময়ঃ খ্ৰীঃ পঞ্চম শতিকা৷ উদ্ধাৰৰ স্থানঃ নিলাচল পাহাৰ 
  • ১১২৭ চনৰ কানাই বৰশী বোৱা শিলালিপিত প্ৰথম অসমীয়া আখৰ ব্যৱহাৰৰ প্ৰমাণ পোৱা যায়৷


উৎস ঃ অসমৰ সংক্ষিপ্ত ইতিহাস, লেখকঃ তচদ্দুক আমানুল হুছেইন, বনলতা, ২০১৬ ,পৃঃ৭













Post a Comment

0 Comments