History of the English literature ৷৷ ইংৰাজী সাহিত্যৰ সমৃদ্ধি আৰু বিকাশ


* এংল’ চেক্সন (৪৪৯-১০৬৬)

  • ব্ৰীট্ৰেইনত প্ৰথম ৰোমানসকল আছলি আৰু পৰৱৰ্তী সময়ত ব্ৰীটেইনলৈ এংল’. চেক্সন আৰু জুইথসকল আহে৷
  • ৫৪৯ত চেইণ্ট আগষ্টিনে ব্ৰীটেইনত খ্ৰীষ্টান ধৰ্মৰ প্ৰচাৰ কৰে৷ এই ধৰ্ম আহিছে ৰোম দেশৰ পৰা৷ ইংলেণ্ডৰ সৃষ্টি হয়৷
  • এই সময়ৰ চাৰিজন লেখক হৈছে- কেদমেন, চাইনউল্ফ, বীথ আৰু এলফ্ৰেড দ্য গ্ৰেথ
  • বিভিন্ন অনুবাদ সাহিত্যৰ আৰম্ভ হয়৷ ( গ্ৰীক, ৰোমান, ফ্ৰাঞ্চ আদিৰ পৰা ৷ বাইবেলৰ অনুবাদ)
  • কেৱল কবিতা আছিল এই সময়ত৷ (এপিক পয়েট্ৰি, হেগিয়গ্ৰাফী আদি৷)
  • মেনুস্ক্ৰীপ্টৰ সময়
  • ৰাজনৈতিক পৃষ্ঠপোষকতা

মিডল ইংলিছ (১০৬৬-১৫০০)

  • নৰ্মানসকলৰ ব্ৰীট্ৰেইনলৈ আগমন৷ ফ্ৰান্স ভাষা এওঁলোকৰ লগতে আহে৷ ফ্ৰান্স ভাষাৰ দপদপনি বাহি আহে৷
  • ১২ শতিকাৰ আগে আগে লাইমন নামৰ লেখক এজনৰ দ্বাৰা ইংৰাজী সাহিত্যৰ প্ৰথম শুভাৰম্ভ হয়৷ ১৬০০০ শাৰীৰ ‘ব্ৰুথ’ নামৰ এটা কবিতা লিখিছিল৷
  • বাইবেলৰ বিভিন্ন অনুবাদ এই সময়তে হয়৷
  • ল’লাৰ্থ মোভমেণ্টৰ আৰম্ভ আৰু ইংৰাজী ভাষাৰ প্ৰভাৱ বাঢ়ি আহে৷
  • এই সময়ৰ লেখক- জন বাৰ্ব’ৰ, উইলিয়াম লেংলেণ্ড, চ’চাৰ, জন গ’য়াৰ, থমাচ ম’ৰ
  • চ’চাৰৰ জনপ্ৰিয় গ্ৰন্থ্য দ্য বুক অৱ দা ডাচেচ (১৩৬৯), কেণ্টাবেৰি টেলচ্ ()ৰ সৃষ্টি৷
  • নাটক আৰু থিয়েটাৰৰ আৰম্ভ৷
  • উইলিয়াম কেকস্টন ১৪৭৬ত প্ৰিণ্টিং প্ৰেছৰ আৰম্ভ৷
ৰেনেচাচ (১৫০০-১৬৬০)
  • হেনৰি এইট ৰ আৰু কুইন এলিজাবেথৰ ৰাজত্ব৷
  • প্ৰেছত প্ৰকাশিত প্ৰথম কবিতা পুথি ‘টোটেলচ্ মিচালেনি’ (১৫৫৭)
  • থমাছ ৱাইটৰ দ্বাৰা চনেট কবিতাৰ আৰম্ভ৷
  • গ্ৰীক আৰু ৰোমান সাহিত্যৰ অনুবাদ৷
  • এইচোৱা সময়ক চাৰিটা ভাগত বিভক্ত কৰিব পাৰি৷ ক৷ আৰ্লি এলিজাবেথেন এজ খ৷ লেট এলিজাবেথেন এজ গ৷ জেকবিয়েন এজ আৰু ঘ৷ লেট ৰেনেচাচ
  • লণ্ডনত নাটকৰ গৃহ, মঞ্চ আদিৰ আৰম্ভ৷ (১৫৭৬)
  • এই সময়ৰ লেখক- এডমাণ্ড স্পেন্সৰ, ফিলিপ ছেডনি, চেইক্সপীয়েৰ, জন লিলি, থমাচ কাইদ, ক্ৰিষ্টফাৰ মাৰল’, বেন জনচন, থমাছ ডেকৰ, ফ্ৰান্সিচ বেকন আদি৷
  • এই সময়ছোৱাতে গদ্য, নাটক আদিৰ বিকাশ হয়৷
  • গ্ৰীক ট্ৰেজেদিৰ আৰম্ভ৷ (জেকভিয়েন এজৰ আৰম্ভ)
  • বাইবেলৰ প্ৰথম ‘অথৰাইচড্ ভাৰ্চন’ৰ প্ৰকাশ৷
  • হোমাৰৰ ইলিয়াড আৰু ওডিছীৰ ইংৰাজী ভাষালৈ অনুবাদ৷
ৰেষ্ট্ৰৰেশ্যন এজ (১৬৬০-১৭০০)
  • চাৰ্লচ ছেকেণ্ডৰ ৰাজত্বৰ আৰম্ভ৷
  • ১৬৭৮ জন বানিয়নৰ ‘পিলগ্ৰিমছ প্ৰগেছ’ গ্ৰন্থৰ সৃষ্টি৷
  • এই সময়ৰ লেখক-  জন মিল্টন (পেৰাডাইছ লষ্ট), জন ড্ৰাইডেন, আলোকজেণ্ডাৰ পোপ, জন লক, জন বানিয়ন, জৰ্জ ইথেৰেচ আদি৷
  • ছদ্মনামত ব্যঙ্গ লেখাৰ আৰম্ভ৷
  • ফিকশ্যন আৰু জাৰ্ণেলিজিমৰ আৰম্ভ৷
  • উপন্যাসৰ আৰম্ভ ৷ আফ্ৰা বেন (অৰুন’ক’, ১৬৮৮)
অগষ্টন এজ বা নিয় ক্লাছিকেল এজ (১৭০০-১৭৫০)
  • জৰ্জ ফাষ্টৰ ৰাজত্ব৷
  • আলেকজেণ্ডাৰ পোপ ৷ সাহিত্যত ব্যঙ্গৰ প্ৰভাৱ বাঢ়ি আহে৷ ইলিয়াড আৰু ওডিছীৰ অনুবাদ৷
  • বিজ্ঞানৰ প্ৰভাৱ বাঢ়ি আহে৷ আইনষ্টাইনৰ অৱদান৷
  • সৰু সৰু এলচাইক্লপিডিয়াৰ আৰম্ভ৷ 
  • ইণ্ডাষ্টিয়েল চিভিলাইজেশ্যনৰ আৰম্ভ৷
  • এই সময়ৰ লেখক- জন ব্ৰেণ্ডু, ৰিচাৰ্ড ষ্টিল, জৰ্জ লিলো, ডেনিয়েল ডিফো, হেনৰি ফিল্ডিং, জনাথন চুইফ্ট, টবাইচ স্পলেট আদি৷
  • নাটকৰ প্ৰভাৱ বেছি বাঢ়ি আহে৷ নাটকত চেন্সৰ আহে (১৭৩৭)৷
  • নাটকলৈ অহা প্ৰিতবন্ধকতাৰ বাবেই এই সময়ছোৱাত উপন্যাসৰ বিকাশ হয়৷
  • গদ্যৰ বিকাশ হয়- জোচেফ এডিচেন আৰু ৰিচাৰ্ড ষ্টিলৰ দ্বাৰা৷ এওঁলোকেই এখন কাকত প্ৰকাশ কৰিছিল ‘দ্য স্পেকটেটৰ’ নামেৰে৷
  • এই সময়তে সাংবাদিক হিচাপে ডেনিয়েল ডিফোৱে কাম কৰে৷ ‘ক্ৰিমিনেল লাইফ’ৰ ওপৰত তেওঁ ৰচনা লিখে৷ তেওঁৰ গদ্য- মল ফ্লেন্ডাৰচ্, ৰবিন্সন ক্ৰোছো৷
  • জনাথন চুইফ্ট সাহিত্যৰ আৰম্ভ৷ সাহিত্য- গাৰ্লিভাৰ ট্ৰেভেল্চ, বেটেল অৱ দি বুকচ্ আদি৷
  • চেমুৱেল ৰিচাৰ্ডচন ‘পামেলা’ পত্ৰোপন্যাসৰ আৰম্ভ৷
  • নতুনকৈ নাটক লিখিবলৈ বিভন্ন প্ৰতিবন্ধকতা থকাৰ বাবে চেইক্সপীয়েৰৰ নাটকৰ মঞ্চস্থ হ’বলৈ ধৰে আৰু চেইক্সপীয়েৰৰ নাটক আৰুু সাহিত্য কৰ্মই জনপ্ৰিয়তা পাবলৈ ধৰে৷
এজ অৱ চেনচিব্লিটি (১৭৫০-১৭৯৮)
  • চেমুৱেল জনচন এই সময়ৰ প্ৰভাৱশালী লেখক আছিল৷ ইংৰাজী সাহিত্যৰ প্ৰথমখন অভিধান এওঁ আৰম্ভ কৰে (১৭৫৫)৷
  • এই সময়ৰ লেখক- অলিভাৰ গল্ডস্মিথ, লৰেন্স ষ্টাৰ্ণ, ফ্ৰাঞ্চেচ বাৰ্ণি থমাছ গ্ৰে, এডৱাৰ্ড ইয়ং, জেমচ্ থমচন আদি৷ 
  • গঠিক নভেল (হৰৰ আৰু ৰোমাঞ্চ ধৰ্মী উপন্যাস)ৰ আৰম্ভ৷
ৰোমাণ্টিচিজিম (১৭৯৮-১৮৩৭)
  • লিৰিকেল বেলাড (১৭৯৮)
  • এই সময়ৰ লেখক-ৰবাৰ্ট বাৰ্নচ্, উইলিয়াম ব্লেক, উইলিয়াম ৱৰ্ডৱৰ্থ, ওৱাল্টাৰ স্কট, জন কীট্যচ্, পি.ভি. শ্বেলী, কলৰিডচ্, বাইৰণ, ৰবাৰ্ট ব্ৰাউনিং, উইলষ্টন ক্ৰাফ্ট (ফেমিনিজিম), ওৱাল্টাৰ স্কট, জন আষ্টিন  আদি৷
  • হিষ্টৰিকেল (বুৰঞ্জীধৰ্মী) উপন্যাসৰ আৰম্ভ৷
ভিক্ট’ৰিয়ান এজ (১৮৩৭-১৯০১)
  • কবিতাতকৈ উপন্যাসৰ জনপ্ৰিয়তা বাঢ়ি আহে৷
  • মহিলা লেখকৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰে৷
  • উদ্যোগিকৰণ আৰু বাণিজ্যিকৰণৰ মাত্ৰা বৃদ্ধি৷
  • এই সময়ৰ লেখক- চাৰ্লচ ডিকেঞ্চ, থমাছ হাৰ্ডি, জৰ্জ ইলিয়ট, জন ৰাস্কিন, এইচ. জি. ৱেলচ, ৰবাৰ্ট ব্ৰাউনিং, মেথিও আৰ্ণল্ড, ৰ্আথাৰ চি ক্লাৰ্ক, অস্কাৰ ৱাইল্ড,এমিলি ডিকেন্সন আদি৷
  • শিশু সাহিত্যৰ শুভাৰম্ভ৷
  • কবিতাত প্ৰতীকবাদৰ মাত্ৰা৷
বিংশ শতিকা (১৯০১-১৯৩৯)
  • মডাৰ্ণিজিম (১৯০১-১৯৩৯) (লেখক-  থমাচ হাৰ্ডি, হেনৰি জেমচ্, জোচেফ কনৰাড, কেপলিং, জৰ্জ বাৰ্ণাড শ্ব’, ভাৰ্জিনিয়া ওল্ফ, এজৰা পাউণ্ড, চেমুৱেল বেকেট, অডেন আদি৷)
  • পোষ্ট মডাৰ্ণিজিম (১৯৩৯-২০০০) (লেখক- টি. এচ. ইলিয়ট, চেমুৱেল বেকেট, হেনৰি মিলাৰ, জৰ্জ অৰৱেল আদি৷)
  • বিশ্বৰ বিভিন্ন ঠাইৰ পৰা ইংৰাজী সাহিত্য লিখা লেখকৰ জন্ম হয়৷
  • ইংৰাজী সাহিত্য লিখা ভাৰতৰ লেখক আৰ. কে নাৰায়ণ৷ (স্বামী এণ্ড ফ্ৰেইণ্ডচ্)
  • ছলমান ৰুশ্বডি (মিডনাইট চিল্ড্ৰেন) 




Post a Comment

0 Comments