হীৰেন গোহাঁই অসমৰ বিবেক বুলি কোৱা হয়৷
বিদ্ৰোহ আৰু প্ৰতিবাদী প্ৰৱণতা তেওঁৰ স্বভাৱজাত বৈশিষ্ট্য৷
সাহস, উদ্যোগ, তৎপৰতা, বিপদৰ সময়ত কৌশলৰে উদ্দেশ্য সিদ্ধিত তেওঁৰ দখল আছে৷
বিদ্যায়তনিক জ্ঞানেৰে অসমৰ প্ৰতি সেৱা কৰাটো তেওঁৰ আগ্ৰহ আছিল৷
মাৰ্কসবাদ আৰু বামপণ্ঠী ধাৰণাৰ প্ৰতি আসক্তি৷
ভাৰতৰ সমাজ জীৱনত অসমৰ স্থান প্ৰান্তীয়৷ সেয়েহে ইয়াৰ সামািজক ৰাজনৈতিক যথেষ্ট সমস্যা আছে৷
অসমৰ বৌদ্ধিক, ৰাজনৈতিক অভিভাৱক৷
সত্তৰ দশকত কেম্ব্ৰিজলৈ যায় আৰু মিল্টন বিষয়ক গৱেষণা৷
প্ৰতিক্ৰিয়াশীল শক্তিৰ ভয় ভাবুকি৷
প্ৰেসিডেন্সী কলেজ আৰু দিল্লী বিশ্ববিদ্যালয়ত (১৯৬০)অধ্যয়ন৷ ইংৰাজী বিভাগত৷
কেম্ব্ৰিজৰ পৰা ডক্টৰেট ডিগ্ৰী গ্ৰহণ৷
অসম আন্দোলনত ভূমিকা আৰু দায়বদ্ধতা ঃঅসম আন্দোলন হৈছে ১৯৭৯ চনৰ পৰা ১৯৮৫ চনলৈকে অবৈধ অনুপ্ৰবেশকাৰীসকলৰ বিৰুদ্ধে কৰা অসমীয়া মানুহৰ আন্দোলন। ইয়াক স্বাধীন ভাৰতৰ অন্যতম শক্তিশালী আন্দোলন হিচাপে গণ্য কৰা হয়। সদৌ অসম ছাত্ৰ সন্থা আৰু "সদৌ অসম গণ সংগ্ৰাম পৰিষদ"এ অসম আন্দোলনৰ নেতৃত্ব বহন কৰিছিল। অহিংস হিচাপেই আৰম্ভ হোৱা এই আন্দোলন পিছলৈ নেলীৰ হত্যাকাণ্ডকে ধৰি কিছু পৰিমাণে হিংসাত্মক হৈ পৰিছিল। ১৯৮৫ চনত আন্দোলনৰ নেতাসমূহ আৰু ভাৰত চৰকাৰৰ মাজত হোৱা অসম চুক্তি মতে অসম আন্দোলনৰ অন্ত পৰে। ইয়াৰ পিছতেই আন্দোলনৰ নেতৃবৃন্দই অসম গণ পৰিষদ নামৰ এটা ৰাজনৈতিক দল গঠন কৰে। ১৯৮৫ আৰু ১৯৯৬ চনত এই দলে বিধানসভা নিৰ্বাচনত জয়ী হৈ চৰকাৰ গঠন কৰ
ভাষা আন্দোলনত ভূমিকা ঃ ভাৰতৰ স্বাধীনতাৰ পিছত ১৯৫২ চনৰ পৰা অসমত অসমীয়া ভাষাক চৰকাৰী ভাষা হিচাপে স্বীকৃতি আৰু অসমৰ শৈক্ষিক প্ৰতিষ্ঠান শিক্ষণৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰাৰ বাবে এক আন্দোলনৰ সূচনা হৈছিল। ভাষিক বৈশিষ্ট্যৰ ওপৰত ভিত্তি কৰি ভাৰতৰ ’ৰাজ্য পুনৰ গঠন আইন, ১৯৫৬’ বলৱৎ হোৱাত এই আন্দোলনে আৰু বল পায়। ভাষাৰ ওপৰত ভিত্তি কৰি ৰাজ্য গঠন হোৱা দেখি অসম সাহিত্য সভায়ে অসমীয়া ভাষাক অসমৰ একমাত্ৰ চৰকাৰী ভাষা হিচাপে স্বীকৃতি দিবলৈ দাবী জনায়। এই আন্দোলনত বহুতো ছাত্ৰ-ছাত্ৰীয়ে যোগদান কৰে। এই আন্দোলনতে ১৯৬০ চনৰ ৪ জুলাইৰ দিনা ৰঞ্জিত বৰপূজাৰী কটন কলেজৰ নিজ হোষ্টেলৰ ১১৩ নম্বৰ ৰুমৰ সন্মুখতে পুলিচৰ নিৰ্বিচাৰ গুলিত মৃত্যু বৰণ কৰিছিল। তেওঁৰ লগতে বহুতে এই আন্দোলনত শ্বহীদ হৈছিল। ইয়াক ’ভাষা আন্দোলন’ বুলি অভিহিত কৰা হয় আৰু ৰঞ্জিত বৰপূজাৰীক ভাষা আন্দোলনৰ প্ৰথম শ্বহীদ হিচাপে মান্যতা প্ৰদান কৰা হয়। এ
আলফাৰ-চৰকাৰৰ মাজত শান্তি চুক্তিত গোহাঁইৰ ভূমিকা৷
কাম আন্দোলনত ভূমিকা৷
গ্ৰন্থ
উৰণীয়া হাহঁৰ মাত
তেজৰ আখৰে লিখা
অসমীয়া জাতীয় জীৱনত মহাপুৰুষীয়া পৰম্পৰা
0 Comments