শব্দ
-
September 25, 2026
ঊনবিংশ শতিকাৰ নৱজাগৰণ ঊনবিংশ শতিকাৰ নৱজাগৰণ বুলিলে ঊনবিংশ শতিকাত ভাৰত তথা অসমত সংঘটিত হোৱা এক ব্যাপক সামাজিক, সাংস্কৃতিক, বৌদ্ধিক, সাহিত্যিক আৰু শিক্ষামূলক জাগৰণৰ প্ৰক্ৰিয়া ক বুজোৱা হয়। পাশ্চাত্য শিক্ষা, আধুনিক বিজ্ঞান, যুক্তিবাদ আৰু নতুন চিন্তাধাৰাৰ প্ৰভাৱত সমাজৰ প্ৰচলিত কুসংস্কাৰ, অন্ধবিশ্বাস আৰু ৰক্ষণশীলতাৰ বিৰুদ্ধে এক নতুন সচেতনতা গঢ় লৈ উঠিছিল। ভাৰতীয় পৰিপ্ৰেক্ষিতত এই নৱজাগৰণৰ সৈতে আধুনিক শিক্ষাৰ বিস্তাৰ, সমাজ সংস্কাৰ আন্দোলন, নাৰী শিক্ষা, সংবাদপত্ৰৰ বিকাশ, জাতীয় চেতনা আৰু আধুনিক সাহিত্যৰ উন্মেষ ঘনিষ্ঠভাৱে জড়িত। ৰাজা ৰামমোহন ৰায়,…
Social Plugin