* ০.০ অৱতৰণিকা ‘গীতি-সাহিত্য’ অভিধাটোৱে সাহিত্যৰ এখন বহল ক্ষেত্ৰ সামৰি লৈছে৷ ভাৰতীয় সাহিত্যৰ লগতে অসমীয়া সাহিত্যতো ‘গীতি-সাহিত্য’ বিষয়টোৱে ইতিমধ্যেই ব্যাপকৰূপত আত্মপ্ৰতিষ্ঠা তথা প্ৰসাৰ-প্ৰচাৰ লাভ কৰিছে৷ আনন্দ বিনোদনৰ সমান্তৰালভাৱে জাতীয় ঐতিহ্য, সামূহিক অখণ্ডতা, সম্প্ৰীতি গঠন, জনমত গঠন, জাতি-জনগোষ্ঠীসমূহৰ লোক-সংস্কৃতি, সামাজিক-সাংস্কৃতিক দিশটোৰ প্ৰতিফলন আদি বিষয়বোৰত গীতৰ কথা (লিৰিক্স) সমূহে সবল ভূমিকা ল’ব পাৰে৷ সেইদৰে গীতৰ মাজেৰে ‘ৰাষ্ট্ৰ চেতনা’ৰ বিষয়টোও বহলৰূপত আত্মপ্ৰকাশ কৰিছে৷ ‘বন্দে মাতৰম’, ‘জন গণ মন’, ‘চাৰে জহা চে আটচা’, ‘য়ে মেৰে বটন কে …
Social Plugin