শব্দ
-
September 26, 2024
Precis writing ( প্ৰেচি ৰাইটিং ) is the art of concise summarization, where you condense a larger text into a shorter form while preserving its essential information, ideas, and meaning. সংক্ষিপ্ত বা ভাৱাৰ্থ লেখা হৈছে বিষয় এটা সংক্ষিপ্তকৈ লিখাৰ কলা, য’ত লেখকে এটা বৃহৎ পাঠ বা লেখাক চুটি ৰূপত, সংক্ষিপ্ত ৰূপত উপস্থাপন কৰিব পাৰে আৰু মূল বিস্তৃত লেখা, ৰচনা, বক্তৃতা, বাতৰি আদিৰ প্ৰয়োজনীয় তথ্য, ধাৰণা আৰু অৰ্থ আদি চুটিকৈ সংৰক্ষণ কৰিব পাৰে। বা আমি ক’ব পাৰোঁ প্ৰেচি ৰাইটিং হৈছে এটা মূল লেখাৰ সংক্ষিপ্ত ৰূপ৷ প্ৰেচি ৰাইটিং হ’বলৈ এটা মূল লেখাৰ এক তৃতীয়াং…
Social Plugin