শব্দ
-
September 20, 2023
* উপন্যাস সাহিত্যত নিম্নবৰ্গীয় সমাজ চেতনাই বৃহৎ অংশ এটা আগুৰি আছে৷ সেইদৰে একাংশ অসমীয়া উপন্যাসত শ্ৰমিক জীৱনৰ দুখ-দুৰ্দশা, স্থিতি, তেওঁলোকৰ জীৱন-নিৰ্বাহৰপদ্ধতি, মানদণ্ড আৰু সামাজিক অৱস্থাই বিশেষ স্থান দখল কৰি আছে৷ অসমীয়া উপন্যাস সাহিত্যত শ্ৰমিক জীৱনৰ কাৰুণ্য আৰু বাস্তৱতাক চিত্ৰিত কৰাত সফল হোৱা তেনে এগৰাকী সিদ্ধহস্ত ঔপন্যাসিক হ’ল– মামণি ৰয়ছম গোস্বামী৷ চাক্ষুস অভিজ্ঞতাৰ ভিত্তিত তেখেতৰ উপন্যাসবোৰত শ্ৰমিক জীৱনৰ জীৱন্ত আৰু বাস্তৱ চিত্ৰ প্ৰতিফলিত হৈছে৷ গোস্বামীৰ তেনে এখন উপন্যাস হ’ল– ‘অহিৰণ’৷ উপন্যাসখনত মধ্যপ্ৰদেশৰ অহিৰণ নদীৰ একুৱাডাক্টৰ নিৰ্মাণ কাৰ্…
Social Plugin