শব্দ
-
September 03, 2021
* জিতেন কলিতা অধ্যাপক, গণিত বিভাগ আই আই টি, গুৱাহাটী দূৰভাষ: ৭০০২৭৫১৮৫৬ লেখাটো আৰম্ভ কৰোঁতেই দেখোন বাৰে বাৰে আশীৰ দশকৰ কৰ্জ বোলছবিৰ জনপ্ৰিয় গীত “ওঁম শান্তি ওঁম“লৈহে মনত পৰিবলৈ ধৰিছে। আচলতে কি জানে, বোলছবিখনৰ নায়ক ঋষি কাপুৰে যে মঞ্চৰ পৰা প্ৰশ্ন কৰিছিল “হেই, তোমালোকে কেতিয়াবা কাৰোবাৰ সতে প্ৰেম কৰি পাইছানে?”, মোৰো মাজে মাজে ৰাইজক একে সুৰতে সুধিবলৈ মন যায়, “আপোনালোকে কেতিয়াবা চৰকাৰী কাৰ্যালয়ৰ সন্মুখত বোন্দাপৰ দি পাইছে নে?” তেতিয়া হয়তো বোলছবিখনৰ দৰ্শকসকলৰ দৰে আপোনালোকৰ বেছিভাগেই উত্তৰ দিব, “পাইছোঁ।” এইবাৰ নায়কে পুনৰ্বাৰ “তোমালোকে কেতিয়াবা কাৰোবা…
Social Plugin